TRADUguide

TRADUguide - Das Portal für Übersetzer, Übersetzungsagenturen und ihre Kunden

Für Übersetzer

Liste der Anfragen an Übersetzer und Dolmetscher  |   Agenturliste
Als Übersetzer / Agentur Mitglied werden  |   Mein Profil  |   Mein Status
Premium-Mitglied werden  |   Premium-Mitgliedschaft verlängern

Für Auftraggeber

Preisangebote für Übersetzungen anfordern
Im Verzeichnis der Übersetzer suchen
Anmelden / Meine Anfragen

Start  |   So funktioniert TRADUguide  |   Weiterempfehlen

TRADUguide.com in English  |   Kontakt / Impressum

Vorherige Assamesisch > Hindi Anfrage >>

 

Vorherige Hindi > Assamesisch Anfrage >>

 

Konkrete Anfrage nach einer Übersetzung an freiberufliche Übersetzer / Übersetzungsagenturen

Assamese > Hindi: 1 page translation

-- religious

-- one page

-- tomorrow

Example of text:
হিন্দুত্বত অপব্যাখ্যা: জন্মগত নহয় বৰ্ণবাদ

সনাতন হিন্দু ধৰ্মত জাতিভেদ, উচ্চ-নীচ আছে বুলি কৈ আমাক বিপথে পৰিচালিত কৰিব যোৱা আৰৱীয় আগ্ৰাসীৰ প্ৰচেষ্টাক নস্যাৎ কৰি হিন্দুৰ কৰ্মৰ ওপৰত প্ৰতিষ্ঠিত চাৰি জাতি তত্বৰ অৰ্থ হিন্দু হিতাৰ্থে প্ৰচাৰৰ প্ৰয়াস কৰিছো ।
ক) ব্রাহ্মণ কি ?
ঋগবেদ ৭.১০৩.৮
যি ঈশ্বৰৰ প্রতি গভীৰভাবে
অনুৰক্ত, অহিংস, সৎ, নিষ্ঠাবান,
সুশৃঙ্খল, বেদ প্রচাৰকাৰী, বেদ
জ্ঞানী সেয়ে ব্রাহ্মণ ।
খ) ক্ষত্রিয় কি ?
ঋগ্বেদ ১০.৬৬.৮
দৃঢ়ভাবে আচাৰ পালনকাৰী, সৎ কর্ম
দ্বাৰা শুদ্ধ, ৰাজনৈতিক জ্ঞান
সম্পন্ন, অহিংস, ঈশ্বৰ সাধক, সত্যৰ
ধাৰক ন্যায়পৰায়ণ ,বিদ্বেষমুক্ত
ধর্মযোদ্ধা,অসৎ সকলৰ বিনাশকাৰী সেয়ে
ক্ষত্রিয় ।
গ) বৈশ্য কি ?
অথর্ববেদ ৩.১৫.১
দক্ষ ব্যৱসায়ী, দানশীল চাকৰীয়াল
আৰু চাকৰী প্রদানকাৰী । সেয়ে বৈশ্য ।
ঘ) শূদ্র কি ?
ঋগ্বেদ ১০.৯৪.১১
যি অদম্য,পৰিশ্রমী, অক্লান্ত, বেমাৰে
যাক সহজে গ্রাস কৰিব নোৱাৰে, লোভমুক্ত কষ্টসহিষ্ণু সেয়ে
শূদ্র ।
(১) সত্যকাম জাবাল আছিলে এক
পতিতাৰ পুত্র যি পিছত
এজন ব্রাহ্মণ হলগৈ ।
(২) প্রীষধ আছিলে ৰজা দক্ষৰ পুত্র
যি পিছত শূদ্র হল ।
(৩) ধৃষ্ট আছিলে নবগেৰ (বৈশ্য) পুত্র
কিন্তু পিছত ব্রাহ্মণ হল আৰু তেওঁৰ পুত্র
হল ক্ষত্রিয় । (বিষ্ণু পুৰাণ ৪.২.২)
(৪) ৰাথোটৰ জন্ম আছিল ক্ষত্রিয়
পৰিবাৰত আৰু পাছত ব্রাহ্মণ হৈছিল । বিষ্ণু
পুৰাণ ও ভাগবত অনুযায়ী।
(৫) হৰিৎ ব্রাহ্মণে ক্ষত্রিয়ৰ ঘৰত
জন্ম লোৱা । (বিষ্ণু পুৰাণ
৪.৩.৫)
(৬) শৌনক ব্রাহ্মণ হল যদিও ক্ষত্রিয়
পৰিবাৰত জন্ম হয় । (বিষ্ণু পুৰাণ ৪.৮.১)
তাৰোপৰি বায়ু পুৰাণ, বিষ্ণু পুৰাণ আৰু
হৰিবংশ পুৰাণ অনুযায়ী শৌনক ঋষিৰ
পুত্র সকল বর্ণৰ অন্তর্ভুক্ত
হৈছিল । একে ধৰনৰ দৃষ্টান্ত পোৱা
যায় গ্রীতসমদ, বিতব্য ও বৃৎসমতিৰ
মাজতি।
(৭) মাতঙ্গ আছিলে চন্ডালৰ পুত্র
কিন্তু পিছত ব্রাহ্মণ হল ।
(৮) ৰাবণ জন্মেছিলে ঋষি
পুলৎস্যেৰ ঘৰত কিন্তু পিছত ৰাক্ষস হল ।
(৯) বিশ্বামিত্রৰ পুত্র সকল শূদ্র হল ।
বিশ্বামিত্র নিজে আছিলে ক্ষত্রিয়
যি নেকি পিছত ব্রাহ্মণ হল ।
(১০) বিদুৰ আছিলে এক চাকৰৰ পুত্র
কিন্তু পাছত ব্রাহ্মণ হল আৰু
হস্তিনাপুৰ ৰাজ্যৰ মন্ত্রী হল ।
“শূদ্র” শব্দটি বেদত দেখা গৈছে
প্রায় ২০ বাৰ মাত্ৰ । কিন্তু কোনোক্ষেত্ৰতে অৱমান সূচকভাৱে ব্যৱহাৰ হোৱা নাছিল । কতো যজ্ঞত অনুমোদন নোহোৱা, বেদ পঢ়িব নোৱাৰা বা জন্মগতভাৱে অস্পৃশ্য বুলি উল্লেখ নাই । বেদত কোৱা হৈছে শুদ্ৰ বুলিলে বুজায় কঠিন পৰিশ্ৰমী ব্যক্তি ।
(তপসে শূদ্রম্ – যজুর্বেদ ৩০.৫) এইকাৰণেই
পুৰুষ সুক্তত ইয়াক ঘোষনা কৰা হৈছে
মানব সভ্যতাৰ কাঠামো হিচাপে ।
এনেদৰেই পবিত্র বেদত ঘোষনা
কৰিছে সাম্যৰ বানী-
অজ্যেষ্ঠাসো অকনিষ্ঠাস এতে সং
ভ্রাতাৰো তাবৃধুঃ সৌভগায় যুবা
পিতা স্বপা ৰুদ্র এযাং সুদুঘা
পুশ্নিঃ সুদিনা মৰুদ্ভঃ ॥
(ঋগবেদ ৫.৬০.৫)
জন্মগত ভাৱে হিন্দু ধৰ্মত কোনো জাতি নিৰ্ণয় নহয় । কৰ্মই হে জাতি নিৰ্ণয় কৰে । ব্ৰাহ্মণ কুলত জন্ম হৈয়ো যদি অসুৰৰ কৰ্ম কৰে তেন্তে ব্ৰাহ্মণত্ব লুপ্ত হয় । এয়ে মহান সনাতন সাম্যবাদ । সনাতনেই হ'ল প্ৰকৃত সাম্যবাদ তথা মানুহে সুসংহত আৰু সংস্কাৰবদ্ধ জীৱনধাৰণৰ প্ৰণালী ।
জয় শ্ৰীৰাম ।

লেখিকা- Niki Priya Rajkumari II

Sprachrichtung(en)

Assamesisch > Hindi

Land: Indien

Über den Auftraggeber

Die Angaben zum Auftraggeber stehen nicht mehr zur Verfügung, da die Anfrage bereits geschlossen ist.

Die Abgabe eines Angebots ist leider nicht mehr möglich, da die Anfrage bereits geschlossen ist.